/asomiyapratidin/media/media_files/2025/11/19/ap-web-cm-1-2025-11-19-11-29-38.jpg)
ডিজিটেল সংবাদ, গুৱাহাটীঃ ২০২৬ চনত অনুষ্ঠিত হ'ব হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষা। ২০২৬ ৰ ১০ ফেব্ৰুৱাৰীৰ পৰা অনুষ্ঠিত হ'ব হাইস্কুল শিক্ষান্ত পৰীক্ষা । তাৰ ঠিক এদিন পিছতে অৰ্থ্যৎ ১১ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব উচ্চতৰ মাধ্যমিকৰ তিনিওটা শাখাৰে চূড়ান্ত পৰীক্ষা।
উল্লেখ্য যে এই কথা সদৰি কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । মুখ্যমন্ত্ৰীগৰাকীয়ে x যোগে কৰিছে ঘোষণা ।
তাৰোপৰি অসম ৰাজ্যিক বিদ্যালয় শিক্ষা ব’ৰ্ড অনুষ্ঠিত কৰিব হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষা।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us