Published on:
Updated on:
- মেঘালয়ত ১১জনকংগ্ৰেছ বিধায়কক লৈ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বিৰোধী দলপতি মুকুল চাংমাই যোগদান কৰিব তৃণমূল কংগ্ৰেছত।
- পিটিআইৰ খবৰ অনুসৰি মেঘালয়ৰ ১১জন কংগ্ৰেছ বিধায়কে TMCত যোগদান কৰিব।
- আজি তৃণমূলত যোগদান কৰিব প্ৰাক্তন মুখ্যমন্ত্ৰীজনে।
- কংগ্ৰেছৰ ১৮গৰাকী বিধায়কৰ ভিতৰত ১২জনেই তৃণমূলত যোগদান কৰাকৈ লৈ ৰাজনীতি গৰম হৈ পৰিছে।
- ইতিমধ্যে যোৱা বুধবাৰে ১১গৰাকী বিধায়কে দাখিল কৰিছে পদত্যাদ পত্ৰ।
Code:
Asomiya Pratidin
www.asomiyapratidin.in