Published on:
Updated on:
- এলাহাবাদ বিশ্ববিদ্যালয়ত পুৱাই অঘটন।
- বিশ্ববিদ্যালয়খনৰ ছাত্ৰাবাসাৰ সন্মুখতে গুলীয়াই হত্যা এজন ছাত্ৰক।
- পুৱা হোষ্টেলৰ সন্মুখলৈ ওলাই অহাৰ সময়তে অচিনাক্ত লোকে গুলিয়াই হত্যা কৰে ছাত্ৰজনক।
- ঘটনাক কেন্দ্ৰ কৰি চাঞ্চল্য।
- ঘটনা সন্দৰ্ভত আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত।
Code:
Asomiya Pratidin
www.asomiyapratidin.in