/asomiyapratidin/media/media_files/2025/09/12/whatsapp-imag-2025-09-12-12-59-24.jpeg)
ডিজিটেল সংবাদ, বাক্সাঃ বিটিচি নিৰ্বাচনৰ বাবে বিজেপিৰ নিৰ্বাচনী সংকল্প পত্ৰ উন্মোচন কৰা হয়। মুখ্যমন্ত্ৰীৰ নিৰ্বাচনী সংকল্প পত্ৰত আছে ৮টা গেৰাণ্টী। লগতে সংকল্প পত্ৰত বিটিআৰ তথা বাক্সাৰ বাবে কেইবাখনো নতুন আঁচনি তথা প্ৰকল্পৰ কথা উল্লেখ কৰা হৈছে।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/09/12/captureddd-2025-09-12-13-05-29.jpg)
বাক্সা জিলাৰ বৰমাত মুছলপুৰ পৰিষদীয় সমষ্টিৰ নিৰ্বাচনী মুখ্য কাৰ্যালয়ত এই সংকল্প পত্ৰ উন্মোচন কৰে অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী তথা বাক্সা জিলাৰ তত্বাৱধায়ক মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/09/12/capturedddddddd-2025-09-12-13-05-55.jpg)
উন্মোচনৰ পাছতে মন্ত্ৰীগৰাকীয়ে সংকল্প পত্ৰৰ সবিশেষ সংবাদ মাধ্যমৰ আগত সদৰি কৰে। লগতে আজিৰ তাৰিখত নিৰ্বাচন অনুষ্ঠিত হ'লে বাক্সা জিলাৰ ৫টা সমষ্টিৰ ৪টাত জয়ী হোৱা পৰিৱেশ আছে বুলি মন্তব্য কৰে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us