" বৰভূঁইকঁপে জোকাৰি গ"ল জাপান ৭.৬ প্ৰাবল্যৰ ভূমিকম্পত হাহাকাৰ অৱস্থা দেশখনত ভূমিকম্পৰ পাছতে দেশখনত ছুনামীৰ হাই এলাৰ্ট জাৰি কৰা হৈছে উপকূলীয় অঞ্চলৰ পৰা সাধাৰণ জনতাক নিৰাপদ স্থানলৈ স্থানান্তৰ "