Advertisment

ভূমিকম্পই জোকাঁৰি গ’ল…

ভূমিকম্পই জোকাঁৰি গ’ল…

author-image
asomiyapratidin
New Update
ৰাজ্যত ভূমিকম্পৰ জোকাৰণি

  • মিজোৰামত ভূমিকম্পৰ জোকাৰণি।
  • ৰিখটাৰ স্কেলত ভূমিকম্পটোৰ প্ৰাৱল্য আছিল ৪.২
  • ভূমিকম্পৰ অভিকেন্দ্ৰ চাম্ফাই বুলি জানিব পৰা গৈছে।
  • ভূমিকম্পটোত কোনো লোক হতাহত হোৱা নাই।
  • উল্লেখ্য যে, যোৱা শুকুৰবাৰে পুৱতি নিশা ভূমিকম্পই জোকাৰিঁ গৈছিল অসমকো।
  • গুৱাহাটীৰ লগতে কাষৰীয়া ভিন্ন অঞ্চলত অনুভূত হৈছিল কপঁনি।