মুখ্য-পৃষ্ঠা ৰাষ্ট্ৰীয় ৪.০ প্ৰাবল্যৰ ভূমিকম্পই জোকাৰি গ’ল… ৪.০ প্ৰাবল্যৰ ভূমিকম্পই জোকাৰি গ’ল… asomiyapratidin 29 Jul 2019 11:00 IST Follow UsNew Updateপ্ৰতীকি ফটো পুৱতি নিশা ভূমিকম্পই জোকাৰি গ'ল পশ্চিমবংগৰ পুৰুলিয়া।পুৱতি নিশা ২.৫৫ বজাত অনুভূত হয় কম্পন।ৰিখটাৰ স্কেলত ভূমিকম্পটোৰ প্ৰাবল্য আছিল ৪.০।ভূমিকম্পৰ ফলত হোৱা ক্ষয়-ক্ষতিৰ বিষয়ে জানিব পৰা হোৱা নাই।আমাৰ নিউজলেটাৰত চাবস্ক্ৰাইব কৰক! বিশেষ অফাৰ আৰু নতুন খবৰ পোৱাৰ প্ৰথমজন হওকচাবস্ক্ৰাইব কৰক পৰৱৰ্তী প্ৰৱন্ধসমূহ পঢ়ক