মুখ্য-পৃষ্ঠা ৰাষ্ট্ৰীয় ভূমিকম্পই জোকাৰি গ’ল… ভূমিকম্পই জোকাৰি গ’ল… asomiyapratidin 16 Mar 2019 10:33 IST Follow UsNew Updateপ্ৰতীকি ফটো ভূমিকম্পই জোকাৰি গ'ল নিকোবৰ দ্বীপপুঞ্জ।পুৱা ৯.৩৪ বজাত অনুভূত হয় জোকাৰণি।ৰিখটাৰ স্কেলত ভূমিকম্পটোৰ প্ৰাবল্য ৪.৭।এই পৰ্যন্ত লাভ কৰা নাই ক্ষয়-ক্ষতিৰ খবৰ।আমাৰ নিউজলেটাৰত চাবস্ক্ৰাইব কৰক! বিশেষ অফাৰ আৰু নতুন খবৰ পোৱাৰ প্ৰথমজন হওকচাবস্ক্ৰাইব কৰক পৰৱৰ্তী প্ৰৱন্ধসমূহ পঢ়ক