New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-08-22/ddj40uwj/AP FOR WEB bomb.jpg)
-
লখিমপুৰৰ দুলুঙৰ বম্বিং ৰেঞ্জত দুটা বৃহৎ আকাৰৰ বোমা উদ্ধাৰ ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-08-22/9p8daw50/f476e924-a85e-4b11-b94c-cb024447a28b.jpg)
বোমা দুটাৰ এটাৰ ওজন ৫০০ কেজি আৰু আনটোৰ ১০০ কেজি ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-08-22/82tlrn7h/77710aa0-8d9b-4342-9e99-ac4575f3739f.jpg)
দ্বিতীয় বিশ্বযুদ্ধৰ সময়ৰ বা বায়ু সেনাৰ অনুশীলনৰ সময়ত নিক্ষেপ কৰা বোমা বুলি আৰক্ষী সুত্ৰই সদৰী কৰিছে ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-08-22/yvr75ei4/8e90366a-b08e-4dc6-98c3-6c94fc26eea0.jpg)