/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/04/16117001-c557-4c26-b39f-44e2ca71e27b.jpg)
ডিজিটেল সংবাদ , নগাঁও : নগাঁৱৰ হয়বৰগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে এজন ড্ৰাগছ ব্যৱসায়ীক ৷ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ড্ৰাগছ ব্যৱসায়ীজনৰ নাম হৈছে নজমূল ইছলাম (৪৩) ৷ চহৰখনৰ শিমলূগুৰিৰ পৰা গোপন সুত্ৰৰ পম খেদি নজমূলক গ্ৰেপ্তাৰ কৰা হৈছে ৷ ড্ৰাগছ ব্যৱসায়ীজনৰ জিম্মাৰ পৰা আৰক্ষীয়ে ২৫ টা হেৰ'ইন ভৰ্তি কন্টেনাৰ , ৫০ টা খালী কন্টেনাৰ , নগদ ৪৫,২০০ টকা , বুজন সংখ্যক চিৰিঞ্জ , দুটা মবাইল ফোন জব্দ কৰে ৷
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us