গল্পকাৰ ড° নমিতা বৈশ্যলৈ আগবঢ়োৱা হ'ব ২০২৫ বৰ্ষৰ ড° ভবেন্দ্ৰ নাথ শইকীয়া বঁটা

হালধীয়া ঘেঁহুৰ পথাৰ আৰু এজাক কাউৰী, ছাঁ আৰু হেৰাই যোৱাৰ গল্প আদি হৈছে তেওঁৰ কিছু সাহিত্যকৰ্ম।

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল ডেস্কঃ গল্পকাৰ ড০ নমিতা বৈশ্যলৈ প্ৰদান কৰা হ'ব  ২০২৫ বৰ্ষৰ ড০ ভবেন্দ্ৰ নাথ শইকীয়া বঁটা। এই বটাঁ আৰোহণৰ তৰফৰ পৰা প্ৰদান কৰিব। 

উল্লেখযোগ্য যে, অহা ২০ ফেব্ৰুৱাৰীত ড০ ভবেন্দ্ৰ নাথ শইকীয়াৰ এপজা দিন। ইপিনে তেখেতৰ এই ওপজা দিনটোতে ড০ নমিতা বৈশ্যক কলাক্ষেত্ৰত প্ৰদান কৰা হ'ব এই বঁটা।

WhatsApp Image 2026-01-08 at 2.35.27 PM

এইখিনিতে উল্লেখ কৰিব লাগিব যে, হালধীয়া ঘেঁহুৰ পথাৰ আৰু এজাক কাউৰী, ছাঁ আৰু কিছু অন্যান্য গল্প, হেৰাই যোৱাৰ গল্প আদি হৈছে তেওঁৰ কিছু সাহিত্যকৰ্ম। ইপিনে  ড০ নমিতা বৈশ্য হৈছে অসমৰ এগৰাকী আয়ুৰ্বেদ চিকিৎসক গৱেষক, ঔপন্যাসিক, গল্পকাৰ। 

অসম