/asomiyapratidin/media/media_files/2025/08/25/ujjjd-2025-08-25-22-13-22.jpg)
ডিজিটেল সংবাদ, নতুন দিল্লীঃ বিহাৰৰ ৰাজগীৰ হকী ষ্টেডিয়ামত ২৯ আগষ্টৰ পৰা ৭ ছেপ্টেম্বৰলৈ অনুষ্ঠিত হ’বলগীয়া হকী এছিয়া কাপ-২০২৫ৰ ১২ সংখ্যক সংস্কৰণৰ ট্ৰফী উন্মোচন কৰে কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰী ড০ মনসুখ মাণ্ডবিয়াই।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/08/25/418c1dc5-e2e6-47fe-9421-756157158a1e-2025-08-25-21-48-25.jpg)
ট্ৰফী উন্মোচন কৰি তেওঁ কয়- বিহাৰত আয়োজন কৰা প্ৰথমখন বৃহৎ আন্তঃৰাষ্ট্ৰীয় হকী প্ৰতিযোগিতা হিচাপে ৰাজগীৰ সংস্কৰণ ঐতিহাসিক হ’ব। যিয়ে ৰাজ্যখনৰ ক্ৰীড়াৰ ক্ৰমবৰ্ধমান মৰ্যাদাক আৰু অধিক জোৰদাৰ কৰি তুলিব।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/08/25/cd23f672-4a55-4d37-be8b-104fc00c5292-2025-08-25-21-48-37.jpg)
এই বিশেষ অনুষ্ঠানটোত উপস্থিত থাকে ৩বাৰৰ অলিম্পিক বিজয়ী হৰবিন্দৰ সিং, ১৯৭২ত অলিম্পিকত ব্ৰঞ্জৰ পদক বিজয়ী অশোক ধ্যানচান্দ, ১৯৮০ চনৰ মস্কো অলিম্পিকত স্বৰ্ণ পদক বিজয়ী জাফৰ ইকবালৰ লগতে বিহাৰৰ ক্ৰীড়া ক্ষেত্ৰৰ সৈতে জড়িত ব্যক্তিসকল।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/08/25/a151d947-129b-491e-af8b-1c39fc4585b6-2025-08-25-21-48-56.jpg)
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us