মুখ্য-পৃষ্ঠা
খ্যাতিসম্পন্ন চিকিৎসক ডা:ভূপেন্দ্ৰ শইকীয়া আৰু নাই…
- খ্যাতিসম্পন্ন চিকিৎসক ডা:ভূপেন্দ্ৰ শইকীয়াৰ মৃত্যু।
- শনিবাৰে পুৱতি নিশা মৃত্যু হয় বিশিষ্ট চিকিৎসকগৰাকীৰ।
- চিকিৎসকৰ লগতে এগৰাকী সুলেখকো আছিল শইকীয়া।
- তেখেতৰ মৃত্যুত ৰাজ্যজুৰি শোকৰ ছাঁ।
- তেখেতৰ মননশীল লিখনিৰ আছে বহু অনুৰাগী।
- ডা:ভূপেন্দ্ৰ শইকীয়াৰ মৃত্যুত শোকসন্তপ্ত পৰিয়াল বৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছে বহুজনে।