/asomiyapratidin/media/media_files/2025/07/31/ap-for-web-kam-2025-07-31-17-39-36.jpg)
ডিজিটেল সংবাদ, কামপুৰ : বিশেষভাৱে সক্ষম ব্যক্তিসকলৰ সহায়ক হোৱাকৈ বৃহস্পতিবাৰে নগাঁও জিলাৰ ৰাঙলুৰ গ্ৰাম বিকাশ পৰিষদত বিভিন্ন সা-সজুলি বিতৰণ কৰা হয়। গুৱাহাটীৰ এলেমকু নামৰ অনুষ্ঠানৰ উদ্যোগত আৰু ৰাঙলুৰ গ্ৰাম বিকাশ পৰিষদৰ সহযোগত ১১১জন বিশেষভাৱে সক্ষম ব্যক্তিক এই সহায়ক সজুলি সমূহ বিতৰণ কৰে।
উল্লেখ্য যে দুমাহ পূৰ্বে ৰাঙলুৰ গ্ৰাম বিকাশ পৰিষদত এক শিবিৰ অনুষ্ঠিত কৰি এই ১১১ জন লোকক নিৰ্বাচিত কৰা হৈছিল।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us