আজি অসমলৈ অনা হ’ব দীপশিখা হাজৰিকাৰ নশ্বৰ দেহ...

দেওবাৰে বিমানেৰে অসমলৈ অনা হ'ব

author-image
Asomiya Pratidin
New Update
আজি নিশা গুৱাহাটী পাবহি দীপশিখাৰ নশ্বৰ দেহ...

ডিজিটেল ডেস্কঃ উত্তৰাখণ্ডত পৰ্বতাৰোহণৰ প্ৰশিক্ষণ ল'বলৈ গৈ অকাল মৃত্যুক আকোৱালি লোৱা দীপশিখাৰ নশ্বৰ দেহ দেওবাৰে বিমানেৰে অসমলৈ অনা হ'ব।

উল্লেখ্য যে হিমালয়ৰ দ্ৰৌপদী কা দাণ্ডাত প্ৰশিক্ষণ ল'বলৈ গৈ অকাল মৃত্যুক আকোৱালি লৈছিল প্ৰতিভাৱান পৰ্বতাৰোহী দীপশিখাই।

assam dipshikha