বিটিআৰবাসীৰ স্বাৰ্থত নতুন চৰকাৰখনক প্ৰয়োজন সাপেক্ষে সহযোগিতা আগবঢ়াব এবছুৱে

নিৰংকুশ সংখ্যাগৰিষ্ঠ আসন লাভ কৰি চৰকাৰ গঠনৰ দিশে আগবঢ়া হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন বিপিএফ দলক শুভেচ্ছা এবছুৰ।

author-image
Asomiya Pratidin
New Update
aabsu
  • ওদালগুৰিত এবছুৰ কেন্দ্ৰীয় সভাপতি দ্বিপেন বড়োৰ সংবাদমেল।
  • কেইৱাটাও বিষয় সন্দৰ্ভত সংগঠনটোৰ এই সংবাদমেল।
  • নিৰংকুশ সংখ্যাগৰিষ্ঠ আসন লাভ কৰি চৰকাৰ গঠনৰ দিশে আগবঢ়া হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন বিপিএফ দলক শুভেচ্ছা এবছুৰ।
  • নিৰ্বাচনৰ পিছত বিজয় উৎসৱৰ নামত উশৃংখল পৰিৱেশ সৃষ্টি নকৰিবলৈ আহ্বান সংগঠনটোৰ।
  • বিটিআৰবাসীৰ স্বাৰ্থত নতুন চৰকাৰখনক প্ৰয়োজন সাপেক্ষে সহযোগিতা আগবঢ়াব এবছুৱে।
  • বিগত বিটিআৰ নিৰ্বাচনত উচ্ছেদৰ ভুৱা প্ৰচাৰ চলাই একাংশ‌ই ভোট খোজাৰ অভিযোগ সংগঠনটোৰ।
  • পূৰ্বৰ অশান্তজৰ্জৰ পৰিৱেশ ঘূৰি অহাৰ শংকা কৰিছে এবছুৱে।
  • সকলোকে শান্তি-শৃংখলা বজাই ৰখাৰ আহ্বান এবছুৰ।
  • যোৱা পাঁচ বছৰত বিটিচিত উচ্ছেদ নহ'ল, গতিকে বিটিআৰ চুক্তিত উচ্ছেদৰ কোনো দফা নাই।
এবছু