আজি মুকলি কৰিব মহানগৰীৰ ভৰলুমুখৰ দীনেশ গোস্বামী উৰণ সেতু

আজি মুকলি কৰিব ভৰলুমুখ-শান্তিপুৰ সংযোগী উৰণ সেতু। বিয়লি মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই আনুষ্ঠানিকভাৱে মুকলি কৰিব এই উৰণ সেতুখন ।

author-image
Asomiya Pratidin
New Update
WhatsApp Image 2026-03-04 at 11.28.14 AM
  • আজি মহানগৰবাসীয়ে লাভ কৰিব এখন নতুন উৰণ সেতু
  • মুকলি হ'ব ভৰলুমুখ-শান্তিপুৰ সংযোগী উৰণ সেতু
  • আজি বিয়লি মুখ্যমন্ত্রীগৰাকীয়ে আনুষ্ঠানিকভাৱে মুকলি কৰিব উৰণ সেতুখন 
  • প্রাক্তন কেন্দ্রীয় মন্ত্রী দীনেশ গোস্বামীৰ নামেৰে নামকৰণ কৰিছে এই উৰণ সেতুখন
  • প্রায় ১.২ কিঃমিঃ দৈঘ্যৰ এই উৰণ সেতুখনে মাছখোৱাক এফালে শান্তিপুৰ শুইছগেটৰ সৈতে সংযোগ কৰিব
  • প্ৰায় ১০০ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰিছে এই উৰণ সেতুখন 
  • মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে কেবিনেট মন্ত্ৰী নন্দিতা গাৰ্লোচা আৰু বিধানসভাৰ অধ্যক্ষ ৰমেন্দ্ৰ নাৰায়ণ কলিতা এই কাৰ্যসূচীত উপস্থিত থাকিব 
গুৱাহাটী