" এইবাৰ আটক সাংবাদিক দিলৱাৰ হুছেইন মজুমদাৰৰ জ্যেষ্ঠ ভাতৃ আটকাধীন লোকজন তৈয়বুৰ ৰহমান মজুমদাৰ ডবকাৰ হালধিআটি থানাত ৰখা হৈছে তৈয়বুৰ ৰহমান মজুমদাৰক এই পৰ্যন্ত স্পষ্ট হোৱা নাই আটক কৰাৰ কাৰণ হোজাই থানাত ৰুজু হোৱা গোচৰৰ ভিত্তিত আটক কৰাৰ সন্দেহ "