New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/03/election.jpg)
- নিৰ্বাচনলৈ সম্পূৰ্ণ সাজু ডিব্ৰুগড় জিলা প্ৰশাসন।
- ভোটদান কেন্দ্ৰলৈ ৰাওনা হৈছে প্ৰিজাইডিং, পুলিং অফিচাৰ, আৰক্ষী- মুঠ পুলিং ষ্টেচন আছে ১৫১৪ টা, ইয়াৰে ৫ টা স্পৰ্শকাতৰ, ৭টা অতি স্পৰ্শকাতৰ।
- জিলাখনত মুঠ ভোটাৰ হল ১০ লাখ ৭০ হেজাৰ ১৮৮ জন।
- ডিব্ৰুগড় জিলাত মুঠ ৭টা বিধানসভা সমষ্টিৰ ভোটদান
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us