" ডিব্ৰুগড়ৰ বৈৰাগীমঠত সংঘটিত ভয়ংকৰ পথ দুৰ্ঘটনা চাৰিচকীয়া বাহনে মহটিয়াই নিয়ে দুগৰাকী পথচাৰীক থিতাতে নিহত এগৰাকী মহিলা আনগৰাকী মহিলাৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে মৃত মহিলাগৰাকীৰ নাম শিখা ধৰ আনগৰাকী মহিলাক সংকটজনক অৱস্থাত AMCHলৈ প্রেৰণ "