/asomiyapratidin/media/media_files/2025/12/05/3-2025-12-05-13-28-26.jpg)
ডিজিটেল সংবাদ,ধুবুৰীঃ আজি ধুবুৰীত উপস্থিত হয় অসম বিধান সভাৰ বিভাগ সম্পৰ্কীয় ছজনীয়া স্থায়ী সমিতিৰ দল।চৰকাৰী বিভিন্ন বিভাগৰ কাম কাজ সমূহৰ পৰিদৰ্শন কৰে দলটোৱে।
/asomiyapratidin/media/post_attachments/23c83b17-0d4.png)
উল্লেখ্য যে, দিনৰ ১১বাজি ৩০ মিনিটত ধুবুৰী আৱৰ্ত ভৱনত উপস্থিত হোৱা দলটোৰ ওদালগুৰিৰ বিধায়ক গোবিন্দ বসুমতাৰী নেতৃত্বত কাটলিছেৰাৰ বিধায়ক সুজামউদ্দিন লস্কৰ, বিধায়ক অজয় ৰায়, বিধায়ক দিগন্ত বৰ্মন, বিধায়ক নিজানুৰ ৰহমানকে ধৰি মুঠ ৬ জন বিধায়ক দলটোত উপস্থিত থাকে।
/asomiyapratidin/media/post_attachments/6e5f90d8-65b.png)
ইপিনে দলটোৱে আঠটাকৈ বিভাগৰ মূৰব্বীৰ সৈতে বৈঠক অনুষ্ঠিত কৰাৰ পিছতে বিভিন্ন উন্নয়ন মূলক কাম কাজ সমূহৰ আজি পৰিদৰ্শন কৰিব বুলি জানিব পৰা গৈছে।
/asomiyapratidin/media/post_attachments/2cb8fb23-fec.png)
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us