/asomiyapratidin/media/media_files/2026/01/19/1-2026-01-19-11-16-16.jpg)
ডিজিটেল সংবাদ,বটদ্ৰৱাঃ সন্মুখত ২০২৬ ৰ বিধানসভা নিৰ্বাচন। নিৰ্বাচনত শক্তিশালী যুঁজ দিয়াৰ লক্ষ্যৰে কঁকালত টঙালি বান্ধিছে প্ৰতিটো দলে। কংগ্ৰেছৰ নেতৃত্বৰ সমানে আশাবাদী ২৬ৰ টিকট প্ৰত্যাশীসকল ৷ ১২৬ সমষ্টিত এই পৰ্যন্ত শতাধিক প্ৰাৰ্থীয়ে আবেদন দাখিল কৰিছে ৷
/asomiyapratidin/media/post_attachments/3be6566c-78f.png)
আজি আবেদন দাখিল কৰিবলৈ যাত্ৰা আৰম্ভ কৰিব কংগ্ৰেছ দলৰ নেতা ৰাইহান উদ্দিন চৌধুৰীয়ে। ৫৫ নং ধিং বিধানসভা সমষ্টিতটিকট বিচাৰি নগাঁও জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদক ৰাইহান উদ্দিন চৌধুৰীয়ে কৰ্মী সমৰ্থকক লগত লৈ সমষ্টিটোত প্ৰতিদণ্ডিতা আগবঢ়োৱাৰ বাবে কংগ্ৰেছৰ টিকট বিচাৰি আবেদন কৰিবলৈ যোৱাৰ পূৰ্বে আলেম উলামা সকল উপস্থিত হৈ কৰিলে সমজুৱা দোৱা।
/asomiyapratidin/media/post_attachments/cf8fafe5-9a1.png)
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us