/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/f2b38b8c-a32d-453c-b7c0-4177627f4fa6/download.jpg)
dhemaji
ধেমাজিৰ গাই নৈৰ উৎপত্তিস্থলত ভূমিস্খলন।
নামনি চিয়াং জিলাৰ মাগিৰ এটা সুতিত আৱদ্ধ বৃহৎ জলৰাশী।
ঘটনাৰ খবৰ পোৱাৰ পিছতে ধেমাজি জিলা প্ৰশাসনৰ সতৰ্কতামূলক পদক্ষেপ।
গাইনৈত নিষিদ্ধ কৰা হৈছে মাছধৰা অথবা খৰি বুটলা।
নৈ পৰীয়া লোকক সাৱধান কৰিছে জিলা প্ৰশাসনে।
চিচিবৰগাওঁ ৰাজহ চক্ৰ বিষয়াই সতৰ্কবাণী দিছে নৈপৰীয়া লোকসকলক।
আনহাতে নৈপৰীয়া আতংকিত নহবলৈও আহ্বান।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us