মুখ্য-পৃষ্ঠা
ধেমাজিত পথ দুৰ্ঘটনাত এজন নিহত
- ধেমাজিত পথ দুৰ্ঘটনাত এজন চাইকেল আৰোহী নিহত৷
- ড্ৰাম্পাৰে মহতিয়ালে লোকজনক৷
- ড্ৰাম্পা খনৰ নম্বৰ এএছ-২২-চি-৪৯৮০।
- ধেমাজি তেলিজান তিনিআলিত সংঘটিত হয় এই দুৰ্ঘটনা৷
- নিহত লোকজনৰ নাম দীন দত্ত (৫৫)৷
- দীৰ্ঘদিন ধৰি নলীনাদ বঢ়োৱাৰ কৰ্মৰ লগত জড়িত লোকজন।
- লোকজন ধেমাজি এৰাঢ়লৰ বুলি জানিব পৰা গৈছে।