কেন্দ্ৰীয় কেবিনেটে ‘কেব’ অনুমোদন জনোৱাৰ পাছত ধনশিৰি মহকুমা চুতীয়া ছাত্ৰ সন্থাৰ প্ৰতিবাদ…

কেন্দ্ৰীয় কেবিনেটে ‘কেব’ অনুমোদন জনোৱাৰ পাছত ধনশিৰি মহকুমা চুতীয়া ছাত্ৰ সন্থাৰ প্ৰতিবাদ…

ডিজিটেল সংবাদ, সৰুপথাৰঃ নাগৰিকত্ব সংশোধনী বিধেয়ক বুধবাৰে কেন্দ্ৰীয় কেবিনেটে অনুমোদন জনোৱাৰ পাছত ধনশিৰি মহকুমা চুতীয়া ছাত্ৰ সন্থাই এক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে।

নৰেন্দ্ৰ মোডী, অমিত চাহ, সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্বৰ পু্ত্তলিকা দাহ কৰি গ' বেগ ধ্বনিয়ে সৰুপথাৰ নগৰৰ ধনশিৰি মহকুমাধিপতি কাৰ্যালয়ৰ সন্মুখত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে প্ৰতিবাদকাৰীসকলে।

নাগৰিকত্ব সংশোধনী বিধেয়ক অচিৰেই বাতিল কৰাৰ দাবী তুলিছে ধনশিৰি মহকুমা চুতীয়া ছাত্ৰ সন্থাই ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in