New Update
/asomiyapratidin/media/media_files/2026/02/06/yuewtqwy7uewu-2026-02-06-15-34-49.jpg)
- কাৰাধ্যক্ষ দেৱকমল বৰাৰ বাসগৃহত বশিষ্ঠ আৰক্ষীৰ অভিযান
- সমান্তৰালকৈ দেৱকমল বৰাৰ কাৰাগাৰৰ কাৰ্যালয়তো অভিযান আৰক্ষীৰ
- আৰক্ষীয়ে কাৰাধ্যক্ষ দেৱকমল বৰাৰ বিৰুদ্ধে লাভ কৰিছে বহু গুৰুত্বপূৰ্ণ তথ্য
- বৃহৎ পৰিমাণৰ ধন লেনদেনৰ তথ্যও পোৱা গৈছে অভিযানত
- বৃহস্পতিবাৰে বশিষ্ঠ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল দেৱকমল বৰাক
- ৭/২০২৬ নম্বৰৰ গোচৰৰ ভিত্তিত গ্ৰেপ্তাৰ কৰা হৈছিল কাৰাধ্যক্ষ গৰাকীক
- দেৱকমল বৰাৰ নেতৃত্বত গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰত অনৈতিক কাৰ্য-কলাপ চলি থকাৰ অভিযোগ
- অপৰাধীক ধনৰ বিনিময়ত নিচা-জাতীয় সামগ্ৰী যোগান ধৰাৰ অভিযোগ বৰাৰ বিৰুদ্ধে
- একাংশ কয়দীক ধনৰ বিনিময়ত ৰাজ আতিথ্য দিয়াৰো অভিযোগ
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us