Published on:
Updated on:
- হাৰিয়ানাৰ ফৰিদাবাদৰ আৰক্ষী উপ আয়ুক্তৰ আত্মহত্যা।
- নিজকে গুলীয়াই আত্মহত্যা কৰে উপায়ুক্ত বিক্ৰম কাপুৰে।
- চাৰ্ভিছ ৰাইফলেৰে মূৰত গুলী কৰিছে বিক্ৰম কাপুৰে।
- তেওঁৰ চৰকাৰী আৱাসত সংঘটিত কৰে এই আত্মহত্যা।
- ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে।
- পাৰিবাৰিক কাৰণতে এই আত্মহত্যা সংঘটিত কৰাৰ আশংকা কৰিছে আৰক্ষীয়ে।
Code:
Asomiya Pratidin
www.asomiyapratidin.in