মুখ্য-পৃষ্ঠা দিল্লীত ২৪ঘন্টাত ১৭হাজাৰ ৩৩৫গৰাকী কোৰোনাত আক্ৰান্ত… দিল্লীত ২৪ঘন্টাত ১৭হাজাৰ ৩৩৫গৰাকী কোৰোনাত আক্ৰান্ত… asomiyapratidin 07 Jan 2022 23:25 IST Follow UsNew Updateপ্ৰতীকি ফটো দিল্লীত বিগত ২৪ঘন্টাত ১৭হাজাৰ ৩৩৫গৰাকী লোকৰ দেহত ধৰা পৰিছে কোৰোনা। ৯গৰাকী লোকৰ মৃত্যু হৈছে বিগত ২৪ঘন্টাত।বৰ্তমান প্ৰায় ৪০হাজাৰ ৰোগী চিকিৎসাধীন অৱস্থাত আছে দিল্লীত।দিল্লীত পজিটিভিটিৰ হাৰ ১৭.৭৩শতাংশ আমাৰ নিউজলেটাৰত চাবস্ক্ৰাইব কৰক! বিশেষ অফাৰ আৰু নতুন খবৰ পোৱাৰ প্ৰথমজন হওকচাবস্ক্ৰাইব কৰক পৰৱৰ্তী প্ৰৱন্ধসমূহ পঢ়ক