New Update
/asomiyapratidin/media/media_files/2025/11/04/new-ap-web-3-6-2025-11-04-14-02-35.jpg)
- নেডাৰ আহ্বায়ক ড০ হিমন্ত বিশ্ব শৰ্মাৰ বাবে ডাঙৰ প্ৰত্যাহ্বান
- দিল্লীৰ কনষ্টিটিউশ্যন ক্লাৱত ৱান নৰ্থ ইষ্ট শীৰ্ষক সংবাদমেল
- সংবাদমেল সম্বোধন কৰিছে মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই
- সংবাদমেলত কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কনৰাড চাংমাৰ
- 'উত্তৰ পূৱৰ ভৱিষ্যতৰ বাবে আমি ঐক্যবদ্ধ হৈ আগবাঢ়িব খুজিছো'
- 'শক্তিশালী আঞ্চলিক ৰাজনৈতিক একতাৰ কথা চিন্তা কৰিছো'
- সংবাদমেলত উপস্থিত আছে ত্ৰিপুৰাৰ প্ৰদ্যুত বিক্ৰম মাণিক্য
- 'উত্তৰ পূৱৰ লোকসকলৰ বাবে সংগঠিত ৰাজনৈতিক মঞ্চৰ প্ৰয়োজন'
- 'আগতেও উত্তৰ পূৱক সামৰি এক ৰাজনৈতিক মঞ্চ গঠনৰ চেষ্টা চলিছিল'
- 'কিন্তু বিভিন্ন কাৰণত সেয়া সম্পূৰ্ণ হ’ব পৰা নাছিল'
- 'এইবাৰ এই ৰাজনৈতিক মঞ্চ গঠনৰ বাবে ৯জনীয়া কমিটি গঠন কৰা হৈছে'
- 'এই কমিটীয়ে ঐক্যবদ্ধ ৰাজনৈতিক মঞ্চৰ মডেলিটী তৈয়াৰ কৰিব'
- 'উত্তৰ পূৱবাসীৰ স্বাৰ্থত কাম কৰিব এই ৰাজনৈতিক মঞ্চই'
- 'আমি উত্তৰ পূৱৰ প্ৰতিটো ৰাজনৈতিক দলে এক হৈ কাম কৰিব লাগিব'
- 'আমি কণ্ঠহীন লোকসকলৰ কণ্ঠ হৈ কাম কৰি যাম'
- 'আমি কোনো সম্প্ৰদায় অথবা সংখ্যালঘূৰ বিৰোধীতা নকৰো'
- 'কমিটীয়ে উত্তৰ পূৱৰ সকলো ৰাজনৈতিক দলৰ সৈতে কথা পাতিব'
- 'ব্যক্তি বিশেষৰ বাবেও খোলা থাকিব এই মঞ্চৰ দুৱাৰ'
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us