/asomiyapratidin/media/media_files/2025/12/25/whatsapp-image-2025-2025-12-25-21-50-17.jpeg)
ডিজিটেল ডেস্কঃ আজি পৱিত্ৰ বৰদিন । প্ৰতিটো গীৰ্জাতে বৰদিনৰ বিশেষ প্ৰাৰ্থনাৰ আয়োজন কৰা হৈছে। ইপিনে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে নতুন দিল্লীৰ দ্য কেথেড্ৰেল চাৰ্চ অৱ দ্য ৰিডেম্পচনত বৰদিনৰ পুৱাৰ প্ৰাৰ্থনাত অংশগ্ৰহণ কৰে।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/12/25/whatsapp-image-2025-2025-12-25-21-50-58.jpeg)
উল্লেখ্য যে, প্ৰধানমন্ত্ৰীগৰাকীয়ে প্ৰাৰ্থনাত অংশগ্ৰহণ কৰা ফটো সামাজিক মাধ্যমত পোষ্ট কৰা পৰিলক্ষিত হয়। তেওঁ এক্সত পোষ্টত কয় যে- যীশু খ্ৰীষ্টৰ শিক্ষাই আমাৰ সমাজত সমন্বয় মজবুত কৰক।সকলোকে শান্তি, মমতা আৰু আশাৰে ভৰা বৰদিনৰ আনন্দৰ কামনা কৰিলোঁ।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/12/25/whatsapp-image-2025-12-25-21-51-38.jpeg)
বৰদিনে আমাৰ সমাজত সম্প্ৰীতি আৰু সদিচ্ছাৰ প্ৰেৰণা যোগাওক।এই সেৱাই প্ৰেম, শান্তি আৰু মমতাৰ কালজয়ী বাৰ্তাক প্ৰতিফলিত কৰে। লগতে সকলোকে শান্তি, মমতা আৰু আশাৰে ভৰা বৰদিনৰ আনন্দৰ কামনা কৰিলোঁ ।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/12/25/whatsapp-imag-2025-12-25-21-51-55.jpeg)
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us