আম আদমী পাৰ্টিত যোগদান কৰিলে ২০১৯বৰ্ষৰ মিছ ইণ্ডিয়া মানসীয়ে…

আম আদমী পাৰ্টিত যোগদান কৰিলে ২০১৯বৰ্ষৰ মিছ ইণ্ডিয়া মানসীয়ে…

author-image
asomiyapratidin
New Update
আম আদমী পাৰ্টিত যোগদান কৰিলে ২০১৯বৰ্ষৰ মিছ ইণ্ডিয়া মানসীয়ে…

ডিজিটেল ডেস্কঃ আম আদমী পাৰ্টিত যোগদান কৰিলে ২০১৯বৰ্ষৰ মিছ ইণ্ডিয়া দিল্লীৰ খিতাপ অৰ্জন কৰা মানসী ছেহগালে। বিধায়ক তথা দলটোৰ নেতা ৰাঘৱ শদ্ধাৰ উপস্থিতিত দলটোত যোগদান কৰে মানসীয়ে। উল্লেখ্য যে, আপত যোগদান কৰি দলটোৰ নীতি-আদৰ্শৰ লগতে মুখ্যমন্ত্ৰীৰ কাম-কাজত সন্তুষ্ট হৈ যোগদান কৰা বুলি কয় মানসীয়ে।