New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/02/c289263c-1880-4aa9-9467-d8249523c6c4.jpg)
- দিল্লীত আকৌ গুৰুত্বপূৰ্ণ বৈঠক।
- ঘনাই ঘনাই অনুষ্ঠিত হৈছে বৈঠক।
- প্ৰধানমন্ত্ৰীৰ অধ্যক্ষতাত নিৰাপত্তা বিষয়ত কেবিনেট বৈঠক।
- লোক কল্যাণ মাৰ্গত অনুষ্ঠিত হৈছে বৈঠক।
- বৈঠকত উপস্থিত আছে গৃহ মন্ত্ৰী, প্ৰতিৰক্ষা মন্ত্ৰী, বিদেশ মন্ত্ৰী আৰু বিত্তমন্ত্ৰী।
- সেনা আৰু চোৰাংচোৱাৰ উচ্চপদস্থ বিষয়া উপস্থিত আছে বৈঠকত।
- নিৰাপত্তা উপদেষ্টা অজিত দভালো আছে উপস্থিত।