দিল্লীৰ আশ্ৰয় শিবিৰত ভয়ংকৰ অগ্নিকাণ্ড…

দিল্লীৰ আশ্ৰয় শিবিৰত ভয়ংকৰ অগ্নিকাণ্ড…

author-image
asomiyapratidin
New Update
দিল্লীৰ আশ্ৰয় শিবিৰত ভয়ংকৰ অগ্নিকাণ্ড…

  • দিল্লীত শনিবাৰে সংঘটিত হয় ভয়ংকৰ অগ্নিকাণ্ড।
  • ৰাজ্যখনৰ কাশ্মীৰি গেট এলেকাৰ এটা আশ্ৰয় শিবিৰত সংঘটিত হয় এই অগ্নিকাণ্ড।
Advertisment
  • ৰাষ্ট্ৰীয় সংবাদমাধ্যমৰ খবৰ অনুসৰি, গৃহহাৰা আৰু অসহায় লোকসকলে বাস কৰিছিল এই শিবিৰত।
  • অগ্নিনিৰ্বাপক বাহিনীয়ে অব্যাহত ৰাখিছে জুই নিৰ্বাপনৰ চেষ্টা।
  • বৰ্তমানলৈ কোনো লোক হতাহত হোৱা নাই।