New Update
- কোৰোনা ভাইৰাছৰ সন্ত্ৰাসৰ প্ৰতি লক্ষ্য ৰাখি দিল্লী উচ্চ ন্যায়ালয়ে ১৭ মে'ৰ লৈকে বন্ধ ৰাখিছে আদালতৰ কাম-কাজ।
- অহা ৪ মে'ৰ পৰা ১৭ মে'ৰ লৈকে বন্ধ থাকিব আদালতৰ সকলো কাম-কাজ।
- এই সময়খিনিত হ'বলগীয়া সকলো শুনানি ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে প্ৰদান কৰিব আদালতে।
- কোনটো তাৰিখত কোনটো শুনানি গ্ৰহণ কৰা হ'ব তাক লৈ আগতীয়াকৈ জনাব আদালতে।
- আদালতত ৱেবচাইট সকলো বিষয় সময়ে সময়ে আপলোড কৰিব কৰ্তৃপক্ষই।