New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/09/delhi-3.jpg)
- কৃত্ৰিম বানত বুৰিল ৰাজধানী চহৰ দিল্লী।
- যমুনা বজাৰ অঞ্চলত পথৰ মাজতেই আৱদ্ধ বাছ যাত্ৰী।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/09/delhi-2-750x430.jpg)
- আৰক্ষীয়ে উদ্ধাৰ কৰে ৩০জন বাছ যাত্ৰীক।
- পথৰ ওপৰত এবুকুলৈকে পানী।
- ধাৰাসাৰ বৰষুণৰ বাবেই এই কৃত্ৰিম বান।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/09/delhi-4-750x430.jpg)
- পানীৰ তলত আছে বহু যান-বাহন।
- দিল্লীৰ ৰাজপথত এতিয়া ভীষণ যান-জঁট।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/09/delhi-6-750x430.jpg)
- ৰে'ল ভৱনো ডুবিছে পানীত।
- হাহাকাৰ পৰিস্থিতি দিল্লীত।
- ম'তি বাঘ অঞ্চলো পানীৰ তলত।
- আৰ কে পুৰমতো একেই অৱস্থা।