কৃত্ৰিম বান, ৰাজধানী দিল্লীত সাগৰ সদৃশ পৰিৱেশ

কৃত্ৰিম বান, ৰাজধানী দিল্লীত সাগৰ সদৃশ পৰিৱেশ
  • কৃত্ৰিম বানত বুৰিল ৰাজধানী চহৰ দিল্লী।
  • যমুনা বজাৰ অঞ্চলত পথৰ মাজতেই আৱদ্ধ বাছ যাত্ৰী।
  • আৰক্ষীয়ে উদ্ধাৰ কৰে ৩০জন বাছ যাত্ৰীক।
  • পথৰ ওপৰত এবুকুলৈকে পানী।
  • ধাৰাসাৰ বৰষুণৰ বাবেই এই কৃত্ৰিম বান।
  • পানীৰ তলত আছে বহু যান-বাহন।
  • দিল্লীৰ ৰাজপথত এতিয়া ভীষণ যান-জঁট।
  • ৰে'ল ভৱনো ডুবিছে পানীত।
  • হাহাকাৰ পৰিস্থিতি দিল্লীত।
  • ম'তি বাঘ অঞ্চলো পানীৰ তলত।
  • আৰ কে পুৰমতো একেই অৱস্থা।

Related Stories

No stories found.
Asomiya Pratidin
www.asomiyapratidin.in