প্ৰতীকি ফটো
Published on:
Updated on:
- দিল্লীত ভয়ংকৰ অগ্নিকাণ্ড।
- অগ্নিকাণ্ডত অগ্নিদগ্ধ হৈ মৃত্যু দুজন লোকৰ।
- ইফালে দুজন লোকৰ অৱস্থা সংকটজনক।
- দিল্লীৰ দেশ বন্ধু গুপ্তা এলেকাৰ বস্তিত এই অগ্নিকাণ্ড।
- আহত কেইজনক চিকিৎসালয়লৈ প্ৰেৰণ।
- বৰ্তমানলৈ জানিব পৰা হোৱা নাই অগ্নিকাণ্ডৰ কাৰণ।
Code:
Asomiya Pratidin
www.asomiyapratidin.in