মুখ্য-পৃষ্ঠা
দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ ছিচ’দিয়া কোভিড পজিটিভ…
- দিল্লীৰ উপ মুখ্যমন্ত্ৰী মনীষ ছিচ'দিয়া কোৰোনাত আক্ৰান্ত।
- সোমবাৰে তেওঁৰ কোভিড টেষ্টত কোৰোনাৰ উপস্থিতি দৰা পৰে।
- টুইটাৰযোগে এই কথা খোদ দিল্লীৰ উপ মুখ্যমন্ত্ৰীগৰাকীয়ে সদৰী কৰে।
- তেওঁ টুইটাৰযোগে জনাই যে, দেওবাৰৰ নিশাৰ পৰাই তেওঁৰ জ্বৰ হৈছিল।
- তাৰপাছত সোমবাৰে কোভিড টেষ্টত পজিটিভ ধৰা পৰে।