New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2020/04/freepressjournal_2019-10_8969c88a-87d1-4c50-86c2-f574161ac3d7_cats.jpg)
- দেশৰ সকলো ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে প্ৰধানমন্ত্ৰীৰ অব্যাহত আছে বৈঠক।
- ভিডিঅ কনফাৰেন্সিঙৰ যোগে সকলোৰে সৈতে লকডাউনৰ সন্দৰ্ভত আলোচনা কৰিছে প্ৰধানমন্ত্ৰী মোডীয়ে।
- ৰাজ্যৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি সকলোৰে পৰা মতামত বিচাৰিছে প্ৰধানমন্ত্ৰীয়ে।
- দিল্লীৰ মুখ্যমন্ত্ৰীয়ে প্ৰধানমন্ত্ৰীক কৰিছে এক বিশেষ অনুৰোধ।
- অহা ৩০ এপ্ৰিলৰ লৈকে লকডাউনৰ সময়সীমা বৃদ্ধি বাবে অনুৰোধ কৰিছে কেজৰিৱালে।