৩০ এপ্ৰিলৰ লৈকে বৃদ্ধি কৰক দেশৰ লকডাউনঃ কেজৰিৱালে প্ৰধানমন্ত্ৰীক কৰিলে অনুৰোধ…

৩০ এপ্ৰিলৰ লৈকে বৃদ্ধি কৰক দেশৰ লকডাউনঃ কেজৰিৱালে প্ৰধানমন্ত্ৰীক কৰিলে অনুৰোধ…
  • দেশৰ সকলো ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে প্ৰধানমন্ত্ৰীৰ অব্যাহত আছে বৈঠক।
  • ভিডিঅ কনফাৰেন্সিঙৰ যোগে সকলোৰে সৈতে লকডাউনৰ সন্দৰ্ভত আলোচনা কৰিছে প্ৰধানমন্ত্ৰী মোডীয়ে।
  • ৰাজ্যৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি সকলোৰে পৰা মতামত বিচাৰিছে প্ৰধানমন্ত্ৰীয়ে।
  • দিল্লীৰ মুখ্যমন্ত্ৰীয়ে প্ৰধানমন্ত্ৰীক কৰিছে এক বিশেষ অনুৰোধ।
  • অহা ৩০ এপ্ৰিলৰ লৈকে লকডাউনৰ সময়সীমা বৃদ্ধি বাবে অনুৰোধ কৰিছে কেজৰিৱালে।

Related Stories

No stories found.
Asomiya Pratidin
www.asomiyapratidin.in