এবছৰত ১০কোটি যাত্ৰীৰ সমাগম দিল্লী বিমান বন্দৰত...

বিমান যাত্ৰীৰ আতিথ্যৰ ক্ষেত্ৰত দেশৰ ভিতৰতে উল্লেখযোগ্য বিমান বন্দৰ হিচাপে স্বীকৃতি লাভ কৰিছে দিল্লী বিমান বন্দৰে।  যোৱা বছৰৰ মে’ মাহত দিল্লী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ লিমিটেডৰ

author-image
Asomiya Pratidin
New Update
10 crore

ডিজিটেল ডেস্কঃ বিমান যাত্ৰীৰ আতিথ্যৰ ক্ষেত্ৰত দেশৰ ভিতৰতে উল্লেখযোগ্য বিমান বন্দৰ হিচাপে স্বীকৃতি লাভ কৰিছে দিল্লী বিমান বন্দৰে।  যোৱা বছৰৰ মে’ মাহত দিল্লী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ লিমিটেডৰ দ্বাৰা পৰিচালিত হাবটোৱে  টাৰ্মিনেল- ১ সম্পূৰ্ণৰূপে কাৰ্যক্ষম হোৱাৰ পিছত ২০২৪ চনত ১০.৯ মিলিয়ন যাত্ৰী পৰিচালনা কৰিছিল দিল্লী বিমান বন্দৰে। 

Advertisment

দিল্লীৰ ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰ  হৈছে ভাৰতৰ ব্যস্ততম বিমান বন্দৰবোৰৰ ভিতৰত অন্যতম।এই বিমান বন্দৰে দৈনিক হাজাৰ হাজাৰ যাত্ৰীক সেৱা আগবঢ়ায়। উল্লেখযোগ্য যে, এটা বছৰতে ১০কোটিৰো অধিক যাত্ৰীক পৰিচালনা কৰাৰ পিছত দিল্লী বিমান বন্দৰে আন্তৰাষ্ট্ৰীয় ক্ষেত্ৰখনতো এক সুনাম অৰ্জন কৰিছে। 

দিল্লী