Published on:
Updated on:
- আদিবাসীসকলক জনজাতিকৰণৰ দাবীত ঢেকীয়াজুলিত আছাৰ বিশাল সমদল।
- জনজাতিকৰণৰ নামত চৰকাৰে ভেঁকোভাওনা কৰাৰ অভিযোগ।
- লোকসভা নিৰ্বাচনৰ পূৰ্বে জনজাতিৰ মৰ্যাদা প্ৰদান নকৰিলে বিজেপিৰ বিৰুদ্ধে তীব্ৰ আন্দোলনৰ হুংকাৰ আছাৰ।
- সমদলত হাজাৰ হাজাৰ প্ৰতিবাদকাৰীৰ অংশগ্ৰহণ।
Code:
Asomiya Pratidin
www.asomiyapratidin.in