/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-12/8f74a9f3-c9fc-4332-ab6b-6553b7dea8d3/deeplina_23.jpg)
দীপলিনা ডেকাক মানসিক হাৰাশাস্তি ! চানমাৰি আৰক্ষীয়ে আটক কৰিলে এজনক...
দীপলিনা ডেকাক মানসিক হাৰাশাস্তি।
সংগীত শিল্পীগৰাকীক মানাসিক হাৰাশাস্তি কৰা যুৱক পৰিছে আৰক্ষীৰ জালত।
দীপলিনাৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে আটক কৰিছে যুৱকজনক।
মানসিক হাৰাশাস্তি কৰা যুৱকজনৰ নাম মৃদুল নাথ।
চানমাৰি আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হৈছে।
ক্লিক কৰি পঢ়কঃ অসমত 'ভাৰত জোড়ো যাত্ৰা'ৰ সফল সমাপ্তিঃ নিখিল ভাৰত কংগ্ৰেছৰ অসমৰ নেতৃত্বক প্ৰশংসা...