/asomiyapratidin/media/media_files/2025/09/03/debabrata-saikia-3-2025-09-03-15-01-56.jpg)
ডিজিটেল ডেস্কঃ অসমত নাগৰিকত্ব সংশোধনী আইনৰ প্ৰতি অসন্তুষ্টি আৰু বিৰোধিতা অব্যাহত থকাৰ মাজতে কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰিছে আন এক ভয়ংকৰ সিদ্ধান্ত। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী নেতৃত্বাধীন অসম চৰকাৰে নাগৰিকত্ব সংশোধনী আইনৰ জৰিয়তে নাগৰিকত্বৰ বাবে আবেদনৰ ম্যাদ ২০২৪ চনৰ ৩১ ডিচেম্বৰলৈ বৃদ্ধি কৰিছে।
এই সিদ্ধান্তৰ পিছতেই এতিয়া ৰাজ্যজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। তাৰ মাজতেই অসম বিধানসভাৰ বিৰোধী দলৰ দলপতি দেবব্ৰত শইকীয়াই সদৌ অসম ছাত্ৰ সন্থালৈ এক পত্ৰ প্ৰেৰণ কৰি কেন্দ্ৰীয় চৰকাৰৰ এই সিদ্ধান্তৰ বিৰোধিতা কৰিবলৈ আহ্বান জনাইছে। তেওঁ সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতিগৰাকীৰ সম্বোধন কৰি অসম চুক্তি উলংঘণকাৰী কা-আইনৰ বিৰোধিতা কৰিবলৈ মুকলি আহ্বান জনাইছে।
তলত পঢ়ক দেবব্ৰত শইকীয়াই আছুৰ সভাপতিগৰাকীলৈ লিখা মুঠ ৪ পৃষ্ঠাৰ পত্ৰখনঃ
/filters:format(webp)/asomiyapratidin/media/media_files/2025/09/03/2025-08-07-opposition-of-caa_page-0001-2025-09-03-14-56-09.jpg)
/filters:format(webp)/asomiyapratidin/media/media_files/2025/09/03/2025-08-07-opposition-of-caa_page-0002-2025-09-03-14-56-09.jpg)
/filters:format(webp)/asomiyapratidin/media/media_files/2025/09/03/2025-08-07-opposition-of-caa_page-0003-2025-09-03-14-56-09.jpg)
/filters:format(webp)/asomiyapratidin/media/media_files/2025/09/03/2025-08-07-opposition-of-caa_page-0004-2025-09-03-14-56-09.jpg)
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us