
হাতীগাঁৱৰ গোল্ডেন পথত মৃতদেহ উদ্ধাৰ।
বৃহস্পতিবাৰে উদ্ধাৰ হয় মৃতদেহটো।
৩ নম্বৰ উপ-পথত উদ্ধাৰ মৃতদেহটো।
বৰ্তমান সময়লৈকে মৃতদেহটোৰ পৰিচয় উদ্ধাৰ হোৱা নাই।
এয়া হত্যা নে আকস্মিক দুৰ্ঘটনা সেয়াও ৰহস্যৰ আৱৰ্তত।
ঘটনাস্থলীত হাতীগাঁও আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্তৰ।