প্রধানমন্ত্রীৰ আগমনক লৈ যানবাহন শাখাৰ ডিচিপি আৰু জিলা আয়ুক্তৰ সংবাদমেল

প্রধানমন্ত্রী নৰেন্দ্র মোডীৰ আগমনক লৈ পথ নিৰ্দেশনা । যানবাহন শাখাৰ DCP আৰু জিলা আয়ুক্তৰ সংবাদমেল। শনিবাৰে বিয়লি গুৱাহাটীলৈ আহিব প্রধানমন্ত্রী নৰেন্দ্র মোডী।

author-image
Asomiya Pratidin
New Update
new ap web 1 (22)
  • প্রধানমন্ত্রী নৰেন্দ্র মোডীৰ আগমনক লৈ পথ নিৰ্দেশনা 
  • যানবাহন শাখাৰ DCP আৰু জিলা আয়ুক্তৰ সংবাদমেল
  • শনিবাৰে বিয়লি গুৱাহাটীলৈ আহিব প্রধানমন্ত্রী নৰেন্দ্র মোডী
  • বিশেষ পথ নিৰ্দেশনা নাথাকিলেও কিছু কিছু পথ এৰাই চলাৰ আহ্বান
  • পাণবজাৰ, ফাঁচীবজাৰত যান–জঁটৰ প্রতি লক্ষ্য ৰাখি উক্ত পথ এৰি চলাৰ আহ্বান
  • মহানগৰীত নিষিদ্ধ গধুৰ বাহনৰ চলাচল
  • বিমান বন্দৰতে প্রায় ১ লাখ ২০ হাজাৰ লোকৰ সমাগম হোৱাৰ সম্ভাৱনা
  • বিমান যাত্রীসকলক সোনকালে আহিবলৈ অনুৰোধ
  • River Frontৰ পথ এৰাই চলাৰ আহ্বান
  • লখৰা, বৰগাঁও অঞ্চলৰ পথ এৰি চলিবলৈ আহ্বান জনসাধাৰণক
  • বিমান বন্দৰৰ উদ্বোধনী কাৰ্যসূচীত অংশগ্রহণকাৰীক পানী বটল, ডাঙৰ বেগ নানিবলৈ আহ্বান
  • পেণ্ডেলতে থাকিব খোৱাপানীৰ ব্যৱস্থা 
  • বিমান বন্দৰৰ উদ্বোধনী কাৰ্যসূচীত গড়লৰ দিশৰ পৰা অহা বাহনত ২য় ৰটাৰী পইণ্টত বাহন ৰখাব লাগিব
  • পুৰণি টাৰ্মিনেল দিশৰ পৰা অহা বাহন SOS Villageত ২ ঘণ্টা পূৰ্বেই ৰখাই দিয়া হ’ব
  • একমাত্র Pass থকা বাহনহে পুৰণা টাৰ্মিনেল দিশৰ পৰা আহিবলৈ পাৰিব
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী নৰেন্দ্ৰ মোডী