" নেপালৰ ধাদিঙত ভয়ংকৰ পথ দুর্ঘটনা ত্রিশূলী নৈত বাছ বাগৰি ১৮ গৰাকীকৈ লোকৰ মৃত্যু বাছখনত আছিল ৩৫ গৰাকী যাত্ৰী ঘটনাস্থলীত অব্যাহত আছে উদ্ধাৰ অভিযান মৃতকৰ ভিতৰত আছে ৬ গৰাকী মহিলা আৰু দুগৰাকী বিদেশী পর্যটক পোখৰাৰ পৰা কাঠমাণ্ডু অভিমুখী আছিল বাছখন "