জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদীৰ আক্ৰমণত শ্বহীদ চিআৰপিএফ জোৱান…

জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদীৰ আক্ৰমণত শ্বহীদ চিআৰপিএফ জোৱান…
  • জম্মু-কাশ্মীৰত পুনৰ চিআৰপিএফ বাহিনীৰ ওপৰত সন্ত্ৰাসবাদীৰ আক্ৰমণ।
  • চৌপৰেত চলোৱা এই আক্ৰমণত এজন এজন চিআৰপিএফ জোৱানৰ মৃত্যু হয়।
  • ইফালে এজন অসামৰিক লোকৰো মৃত্যু হয়।
  • আনহাত আহত হৈছে ৩ চিআৰপিএফ জোৱান।
  • ইয়াৰে ২ আহত জোৱানৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in