Published on:
Updated on:
- মৰিগাঁও জিলাৰ ভূৰাগাওঁ থানাৰ অন্তৰ্গত বৰডোৱা টুপ গাৱঁৰ ( কালীবাৰী) সত্যচৰণ বিশ্বাসৰ কোৰোনাত মৃত্যু ৷
- মৃত্যুৰ পিছত কৰা পৰীক্ষাত পজিটিভ বুলি ধৰা পৰে ৷
- মৃত লোকজনৰ বয়স আছিল ৭৫ বছৰ ৷
- বিশ্বাস কেইবাদিনো ধৰি জ্বৰত আক্ৰান্ত হৈ ঘৰতে আছিল ৷
- আজি ৰাতি পুৱা ৪বজাত নিজ গৃহতেই মৃত্যু হয় লোকজনৰ৷
- তেওঁ ভূৰাগাঁও হৰিচৰণ সৰকাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ৷
Code:
Asomiya Pratidin
www.asomiyapratidin.in