ভাৰতত শনিবাৰে বিয়লি ৫ বজালৈকে কোৰোনাত আক্ৰান্ত হৈ মৃত্যু ২৭৬ গৰাকী লোক…

ভাৰতত শনিবাৰে বিয়লি ৫ বজালৈকে কোৰোনাত আক্ৰান্ত হৈ মৃত্যু ২৭৬  গৰাকী লোক…

সময়ঃ ১১ এপ্ৰিল বিয়লি ৫.০০ বজালৈ

বিশ্বত কোৰোনা ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যাঃ ১,৭১০,৮১৭

মৃত্যু হোৱা লোকৰ সংখ্যাঃ ১০৩,৫১৩

আটাইতকৈ বেছি লোক মৃত্যু হৈছেঃ ইটালীত ১৮,৮৪ জন

আটাইতকৈ বেছি লোক আক্ৰান্ত হৈছেঃ আমেৰিকাত ৫০৩,১১৭ জন

কেইখনমান দেশত কোৰোনা ভাইৰাছত মৃত্যু হোৱা লোকৰ তথ্য-

  • আমেৰিকাঃ ১৮,৭৬১জন।
  • স্পেইনঃ ১৬,৩৫৩জন।
  • ইটালীঃ ১৮,৮৪৯জন।
  • ফ্ৰান্সঃ ১৩,১৯৭জন।
  • চীনঃ ৩,৩৩৯জন।
  • ইৰাণঃ ৪,২৩২জন।
  • ইংলেণ্ডঃ ৮,৯৫৮ জন।
  • বাংলাদেশঃ ৩০ জন।
  • পাকিস্তানঃ ৭৭জন।
  • নেপালঃ ০ জন।
  • ৰাছিয়াঃ ১০৬জন।
  • গ্ৰীচঃ ৯২জন।
  • জাপানঃ ৯৯ জন।
  • ভাৰতঃ ২৫৩ জন।

ভাৰতত কোৰোনা ভাইৰাছত আক্ৰান্ত হোৱা লোকৰ সংখ্যাঃ৭,৮৭৬ জন।

ভাৰতত কোৰোনা ভাইৰাছত আক্ৰান্ত হৈ নিহত হোৱা লোকৰ সংখ্যাঃ২৫৩জন।

ভাৰতত বিভিন্ন ৰাজ্যত কোৰোনা ভাইৰাছত আক্ৰান্ত হোৱা লোকৰ সংখ্যা

  • অসমঃ ২৯
  • মহাৰাষ্ট্ৰঃ ১,৬৬৬
  • তামিলনাডুঃ ৯১১
  • দিল্লীঃ ৯০৩
  • তেলেংগানাঃ ৪৮৭
  • ৰাজস্থানঃ ৬৭৮
  • উত্তৰপ্ৰদেশঃ ৪৩৩
  • কেৰালাঃ ৩৬৪
  • অন্ধ্ৰপ্ৰদেশঃ ৩৮১
  • মধ্যপ্ৰদেশঃ ৪৫১
  • গুজৰাটঃ ৪৩২
  • কৰ্ণাটকঃ ২১৪
  • হাৰিয়ানাঃ ১৭৭
  • জম্মু-কাশ্মীৰঃ ২০৭
  • পঞ্জাৱঃ ১৫১
  • পশ্চিমবংগঃ ১১৬
  • বিহাৰঃ ৬০
  • উত্তৰাখণ্ডঃ ৩৫
  • চণ্ডীগড়ঃ ১৯
  • লাডাখঃ ১৫
  • আন্দামান আৰু নিকোবৰঃ ১১
  • চত্তীশগড়ঃ ১৮
  • গোৱাঃ ৭
  • ঝাৰখণ্ডঃ১৭
  • ত্ৰিপুৰাঃ ২
  • মণিপুৰঃ ২
  • অৰুণাচল প্ৰদেশঃ১
  • মিজোৰামঃ ১

Related Stories

No stories found.
Asomiya Pratidin
www.asomiyapratidin.in