New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2020/03/corona-virus-main-update-face-pic.jpg)
- ভাৰতত কোৰোনাত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা ১,২২৩ জনলৈ বৃদ্ধি।
- ইফালে এতিয়ালৈকে আক্ৰান্ত হৈছে ৩৭,২৬২ গৰাকী লোক।
- ভাৰতত এতিয়ালৈকে আৰোগ্য হৈছে ১০,০২১ গৰাকী লোক।
- এতিয়াও চিকিৎসা প্ৰদান কৰি থকা হৈছে ২৬,০১৪ গৰাকী লোকক।
- ভাৰতৰ ভিতৰত সৰ্বাধিক কোৰোনাত মহাৰাষ্ট্ৰৰ লোক আক্ৰান্ত হৈছে।
- ৰাজ্যখনত কোৰোনাত আক্ৰান্ত হৈছে মুঠ ১১,৫০৬ গৰাকী লোক।
- মহাৰাষ্ট্ৰত কোৰোনাত মৃত্যু হৈছে মুঠ ৪৮৫ গৰাকী লোক।
- উল্লেখ্য যে, এই তথ্য ০২ মে', ২০২০ৰ পুৱা লৈকে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us