New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2020/03/corona-virus-main-update-face-pic.jpg)
- দেশত কোৰোনা ভাইৰাছৰ সংক্ৰমণ বৃদ্ধি পাবলৈ ধৰিছে।
- বৰ্তমানলৈ ভাৰতত ৮০০৮জন লোক আক্ৰান্ত হৈছে COVID-19ত।
- ইফালে, এই ভাইৰাছৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা ২৫৫জনলৈ পাইছে বৃদ্ধি।
- উল্লেখ্য যে, ৮৭০জনকৈ লোক কোৰোনাত আক্ৰান্ত হৈ ইতিমধ্যে সুস্থ হোৱা বুলি জানিব পৰা গৈছে।
- কেৱল মহাৰাষ্ট্ৰতে ১৬৬৬জনকৈ লোক আক্ৰান্ত হৈছে কোৰোনা ভাইৰাছত।