দেশত COVID-19ত আক্ৰান্ত লোকৰ সংখ্যা ৮ হাজাৰলৈ বৃদ্ধি…

দেশত COVID-19ত আক্ৰান্ত লোকৰ সংখ্যা ৮ হাজাৰলৈ বৃদ্ধি…
  • দেশত কোৰোনা ভাইৰাছৰ সংক্ৰমণ বৃদ্ধি পাবলৈ ধৰিছে।
  • বৰ্তমানলৈ ভাৰতত ৮০০৮জন লোক আক্ৰান্ত হৈছে COVID-19ত।
  • ইফালে, এই ভাইৰাছৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা ২৫৫জনলৈ পাইছে বৃদ্ধি।
  • উল্লেখ্য যে, ৮৭০জনকৈ লোক কোৰোনাত আক্ৰান্ত হৈ ইতিমধ্যে সুস্থ হোৱা বুলি জানিব পৰা গৈছে।
  • কেৱল মহাৰাষ্ট্ৰতে ১৬৬৬জনকৈ লোক আক্ৰান্ত হৈছে কোৰোনা ভাইৰাছত।

Related Stories

No stories found.
Asomiya Pratidin
www.asomiyapratidin.in